Home ৰাজ্যনীচ জাতিৰ ভেজাল কলিতা, উভতি ধৰিলে কলিতা সন্মিলনে, প্ৰধানমন্ত্ৰীক স্মাৰক

নীচ জাতিৰ ভেজাল কলিতা, উভতি ধৰিলে কলিতা সন্মিলনে, প্ৰধানমন্ত্ৰীক স্মাৰক

by News Desk
92 views
A+A-
Reset

মৰিগাঁওঃ বিতৰ্ক আৰু ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী যেন একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ বৰাক উপত্যকা, ধুবৰী মৰিগাঁও আজি জিলা অসমৰ পৰা বাদ দিবলৈ দি বিতৰ্কৰ সৃষ্টি কৰিছিল বুদ্ধিজীৱী, জ্যেষ্ঠ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে বিতৰ্কৰ সৃষ্টি কৰিছিল৷ সেয়া যেন আৰম্ভনি হে৷ তেতিয়াৰ পৰাই বিতৰ্কই লগ এৰা নাই বুদ্ধিজীৱী, জ্যেষ্ঠ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷ সময়ে সময়ে আলফাক সমালোচনা গালি পাৰি বিতৰ্কৰ সৃষ্টি কৰিছিল৷

এইবাৰ বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই ভেকুলি আৰু মেটেকাৰ ওপৰত গৱেষণা কৰা বুলি কৈ চাৰ্কুলেছন নথকা অসমৰ কাকতত তেওঁৰ লিখা প্ৰকাশ পায় বুলি অসমৰ বাতৰিৰ কাকতৰ লগতে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোঁহাইক ইতিকিং কৰে৷ ইমানে নহয় ৫০গৰাকী নগা চিপাহীক গুলীয়াই হত্যা কৰিব লাগে বুলি বিতৰ্কিত মন্তব্য আগবঢ়ায়৷ বুদ্ধিজীৱী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে এই মন্তব্য আগবঢ়োৱাৰ পিছতে প্ৰৰোচনামূলক আৰু অভিসন্ধিমূলক মন্তব্যই সীমান্তত বসবাস কৰা ৰাইজৰ মাজত অশান্তিৰ সৃষ্টি কৰাৰ লগতে নিৰপত্তা বিঘ্নিত হোৱাৰ আশংকা ব্যক্ত কৰা কৰে সমাজ সচেতক কমল কুমাৰ মেধিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0