132
newsnextone.com। মৰিগাঁওঃ মৰিগাঁওত দুল দাস নামৰ ব্যক্তি এজনে নিজে গাত জুই লগাই আত্মহত্যাৰ চেষ্টা কৰে। আত্মহত্যাৰ চেষ্ঠাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। ইতিমধ্যে লোকজনক ১০৮ এম্বুলেন্সৰ সহযোগত চিকিৎসাললৈ প্ৰেৰণ কৰা হৈছে।