62
বৰক্ষেত্ৰীঃ গ্ৰামাঞ্চলৰ চিকিৎসালয়ত চিকিৎসক পলমকৈ অহাক লৈ প্ৰায়ে অভিযোগ উত্থাপন হোৱাৰ সময়তে এনে অনিয়মানুৱৰ্তীতাৰ চিকাৰ হৈছে এটি শিশু।
অভিযোগ মৰ্মে, বৰক্ষেত্ৰীৰ ভাংনামাৰী চিকিৎসালয়ত চিকিৎসক উপস্থিত নথকাৰ ফলত এটি শিশুই চিকিৎসাৰ অভাৱত মৃত্যু ঘটাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।