Home অন্যান্য খবৰবাক্সাৰ প্ৰাচীন বৌদ্ধ মঠত বুদ্ধ পূৰ্ণিমা উদযাপন

বাক্সাৰ প্ৰাচীন বৌদ্ধ মঠত বুদ্ধ পূৰ্ণিমা উদযাপন

by News Desk
62 views
A+A-
Reset

মুছলপুৰঃ ‘বুদ্ধং শৰণং গশ্যামী-ধৰ্মং শৰণং গশ্যামী-সঘং শৰণং গশ্যামী’ ধ্বনিৰে মুখৰিত হ’ল ভাৰত-ভূটান সীমান্ত। পৱিত্র বুদ্ধ পূৰ্ণিমা উপলক্ষে ভাৰত আৰ ভূটান দুই দেশৰ জনতাৰ মিলনথলী হ’ল বাক্সা জিলাৰ প্ৰাচীন বৌদ্ধ মঠ মুছলপুৰৰ চাংদো পালৰী বুদ্ধিষ্ট মনাষ্টেৰী।

আজি পুৱা প্ৰাচীন বৌদ্ধ মঠত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভূটানৰ পৰা অহা পুৰুষ-মহিলা ধৰ্মপ্ৰান লোকে মুখৰ কৰি তুলিলে মুছলপুৰ। উল্লেখ্য যে নামনি অসমৰ মুছলপুৰত ভূটান ৰাজৰ পৃষ্ঠপোষকতাত স্থাপিত হৈছিল এই মঠ। পৰৱৰ্তী সময়ত দুই দেশৰ সমন্বয়ত ইয়াত প্ৰতিবছৰে বুদ্ধ জয়ন্তী পালিত হৈ আহিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0