Home ক্ৰীড়ানগাবন্ধাত প্ৰাইজমানি ক্ৰিকেট, ভিক্ট’ৰিয়া ক্ৰিকেট ক্লাৱৰ অগ্ৰগতি

নগাবন্ধাত প্ৰাইজমানি ক্ৰিকেট, ভিক্ট’ৰিয়া ক্ৰিকেট ক্লাৱৰ অগ্ৰগতি

by News Desk
A+A-
Reset
nagabandha cricket

নগাঁওঃ মৰিগাঁও জিলাৰ নগাবন্ধা মিনি ষ্টেডিয়ামত  ইয়ং ষ্টাৰ ক্লাৱ আৰু নগাবন্ধা গ্ৰাম্য আৰ্থ-সামাজিক উন্নয়ন সংঘৰ উদ্যোগত চলি থকা ২২ সংখ্যক সদৌ অসম প্ৰাইজমানি  ক্ৰিকেট প্ৰতিযোগিতাত ডিফেণ্ডিং চেম্পিয়ন মৈৰাবাৰীৰ ভিক্ট’ৰিয়া ক্ৰিকেট ক্লাৱে অগ্ৰগতি লাভ কৰিছে। এই প্ৰতিযোগিতাৰ আজিৰ খেলত মৈৰাবাৰীৰ ভিক্ট’ৰিয়া ক্ৰিকেট ক্লাৱে নগাবন্ধা ইলেভেন ষ্টাৰ ক্লাৱক ১৬১ ৰানত বিধ্বস্ত কৰে।

খেলখনত ভিক্ট’ৰিয়া ক্ৰিকেট ক্লাৱে পোনতে বেট ধৰি নাহাৰ আলিৰ ৫০, আব্দুল্লা শ্বেইখৰ ৪৬, ডেভিদ পাচিৰ ৩৭ আৰু ৱাচিম আহমেদ খানৰ ২০ ৰানৰ উল্লেখনীয় অৱদানৰে  ১২ অভাৰত ছটা উইকেটৰ বিনিময়ত ২০৮ ৰান সংগ্ৰহ কৰে। বলিঙত নগাবন্ধা ইলেভেন ষ্টাৰ ক্লাৱৰ হৈ মফিদুল ইছলাম খানে দুটা, ৱাহিদুৰ ৰহমান, নজমুল ইছলাম, ৰেকিব উদ্দিন আৰু মুক্ৰাম হাচানে এটাকৈ উইকেট পায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0