Home অন্যান্য খবৰভগা দলঙত লাগি ধৰিল ১০৮ এম্বুলেন্স

ভগা দলঙত লাগি ধৰিল ১০৮ এম্বুলেন্স

by News Desk
77 views
A+A-
Reset

কামপুৰঃ ক’ৰবাত যদি ৰাস্তা নোহোৱাৰ বাবে ৰোগীক ঠেলাগাড়ীত নিব লগা হৈছে, ক’ৰবাত আকৌ হস্পিতালৰপৰা ভাতৃৰ মৃতদেহ কঢ়িয়াইছে চাইকেলত৷ ৰাজ্যখনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন অগপ-বিজেপি-বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ শাসন আৰম্ভ হোৱাৰ পিছত ৰাজ্যখনক শিক্ষাৰপৰা আৰম্ভ কৰি স্বাস্থ্যসেৱাত লক্ষ্যনীয় পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু চৰকাৰখনৰ এবছৰ পাৰ হোৱাৰ পিছতো কাৰ্যতঃ যেন এক বিপৰীত প্ৰতিচ্ছবি ফুটি উঠিছে ৰাজ্যখনত৷

বিভিন্ন সমস্যাৰে জৰ্জৰিত ৰাজ্যখনত সাধাৰণ জনতাই ন্যুনতম প্ৰাপ্যখিনিৰ বাবেও ৰাজপথলৈ ওলাই আহিবলগা হোৱাৰ সময়তে নিতৌ সৰ্বসাধাৰণৰ পুতৌলগা অৱস্থাই বিকাশৰ এক অইন ৰূপহে দাঙি ধৰিছে৷ ইয়াৰে প্ৰতিফলন ঘটিছে শেহতীয়া এক ঘটনাত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0