Home ৰাজ্যবৃদ্ধাশ্ৰমত বিনামূলীয়া স্বাস্থ্য সজাগত শিবিৰ সম্পন্ন

বৃদ্ধাশ্ৰমত বিনামূলীয়া স্বাস্থ্য সজাগত শিবিৰ সম্পন্ন

by News Desk
67 views
A+A-
Reset

নগাঁওঃ আগন্তক ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষ উপলক্ষে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু সদৌ অসম গ্ৰাম্য পুঁথিভড়াল সন্থাৰ সহযোগত সন্থাৰ বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ মাজত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ 

উক্ত সজাগতা সভাত বৃদ্ধাশ্ৰমৰ আৱাসী সকলক একোখনকৈ ফুলাম গামোছা আৰু কিছু লঘু আহাৰ বিতৰণ কৰে ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে৷ তদুপৰি বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ মাজত এটি বিনামূলীয়া স্বাস্থ্য সজাগতা শিবিৰো অনুষ্ঠিত কৰা হয়৷ বহু কেইগৰাকী আগশাৰীৰ চিকিৎসকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই শিবিৰত আৱাসীক সকলক প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে তেওঁলোকক যাবতীয় ঔষধ-পাতি বিনামূলীয়াকৈ যোগান ধৰা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0