Home ৰাজ্যবি জে পিৰ গুণ্ডাবাহিনীৰ মাৰপিট প্ৰতিবাদকাৰীক, গোচৰ ৰুজু

বি জে পিৰ গুণ্ডাবাহিনীৰ মাৰপিট প্ৰতিবাদকাৰীক, গোচৰ ৰুজু

by News Desk
108 views
A+A-
Reset

নগাঁওঃ বি জে পিৰ কলিয়াবৰ জিলা সমিতিৰ উপ-সভাপতি অতুল পাটৰসহ ছজন বি জে পি কৰ্মীৰ বিৰুদ্ধে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰতিবাদত নমা প্ৰতিবাদকাৰীক মাৰপিট কৰা ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গোচৰ ৰুজু হোৱা ঘটনাই ৰাজনৈতিক মহলত বেচ চৰ্চা লাভ কৰিছে৷

জানিব পৰা মতে, নগাঁও জিলাৰ ৰাইদঙীয়াত সংঘটিত হোৱা উক্ত চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত বি জে পি গুণ্ডাবাহিনীৰ হাতত প্ৰহৃত হোৱা অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি কনক জিৎ দাসে ইতিমধ্যে জাজৰি থানাত এখন এজাহাৰ দাখিল কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0