Home ৰাজ্যপানীতোলাত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰে’লপথ অৱৰোধ যুৱ-ছাত্ৰ পৰিষদৰ

পানীতোলাত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰে’লপথ অৱৰোধ যুৱ-ছাত্ৰ পৰিষদৰ

by News Desk
114 views
A+A-
Reset

ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী। বৃহস্পতিবাৰে বিধেয়কখনৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰূপায়ণ কৰিছে ৰে’লপথ অৱৰোধ কাৰ্যসূচী। 

জাতীয় সংগঠনটোৱে ৰাজ্যৰ বিভিন্ন স্থানত ৰে’লপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত জাতিধ্বংসী সংশোধনী বিধেয়কৰ লগতে অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা আৰু নাগৰিকত্ব শাসন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত পানীতোলাত ৰে’লপথ অৱৰোধ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0