71
নগাঁওঃ ৰাজ্যৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুন্দৰ ফলাফলেৰে মঙলবাৰে আনন্দৰ বন্যা বোৱা নগাঁও জিলাত আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কেৱল এজন ছাত্ৰইহে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
তথাপি নগাঁও জিলাত এই ফলাফল সন্তোষজনক বুলি বিবেচিত হৈছে৷ ৰাজ্যৰ ভিতৰত প্ৰথম দহটা স্থানত মাত্ৰ এগৰাকী শিক্ষাৰ্থীয়েহে স্থান লাভ কৰিবলৈ সক্ষম হ’লেও ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ উন্নত৷