117
নগাঁওঃ সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত বটদ্ৰৱা বিধানসভা সমষ্টিত শাসকীয় বি জে পি দলৰ তুলনাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে উন্নত ফলাফল প্ৰদৰ্শন কৰা পৰিলক্ষিত হ’ল৷
সমষ্টিটোৰ কেৱল মাত্ৰ হাতীচোং মৌজাতহে বি জে পিয়ে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয় যদিও বাকীকেইটা মৌজাত মুখ থকেচা খায় শাসকীয় দলটোৱে৷