নগাঁওঃ নগাঁও জিলা উপায়ুক্ত সভাকক্ষত জিলা ন্যায় সেৱা প্ৰাধিকাৰী আৰু গুৱাহাটীস্থিত স্বেচ্চাসেৱী অনুষ্ঠান গ্ল’ডৰ সহযোগত মানৱ সৰবৰাহ সম্পৰ্কীয় এখনি প্ৰশিক্ষণ সজাগতা অনুষ্ঠিত হৈ যায়।
এই শিৱিৰত অংশগ্ৰহণ কৰি বিনামুলীয়া আইন সাহায্য কোষৰ অধিবক্তা তথা লোক অভিবক্তাসকলৰ বাবে এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় এই শিবিৰত গ্ল’ডৰ সম্পাদক ৰাজিৱ শৰ্মা,ৰাজ্যিক আইন কোষৰ সম্পাদিকা গীতালি ৰাভা,নগাঁও জিলা তথা সত্র ন্যায়াধীশ ৰীতা ক’ৰ,জ্যেষ্ঠ অধিবক্তা প্ৰদ্যুৎ বৰা আদিয়ে অংশ গ্ৰহণ কৰে।