Home ৰাজনীতিপঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁৱত হিংসাত্মক ঘটনা

পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁৱত হিংসাত্মক ঘটনা

by News Desk
71 views
A+A-
Reset

নগাঁওঃ সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে এতিয়া বলিছে নিৰ্বাচনী বতাহ। প্ৰতিজন প্ৰাৰ্থী আৰু সমৰ্থকে নিৰ্বাচনত জয়লাভ কৰাৰ বাবে বিভিন্ন কুট-কৌশল ৰচনা কৰিছে। 

ইয়াৰ মাজতে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত চমকাত নিৰ্বাচন কেন্দ্ৰিক এক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে৷ প্ৰাপ্ত তথ্য মতে, সমষ্টিটোৰ আমলখি গাঁও পঞ্চায়তৰ  চমকাৰ আব্দুল চালাম নামৰ এজন বৃদ্ধক শনিবাৰে পুৱা একে গাঁৱৰে ইন্তাজ আলীৰ পুত্ৰ আজিজুল হকে সমাগত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। কিন্তু বৃদ্ধজনে চিন্তা চৰ্চা কৰিহে ভোট দিম বুলি কোৱাৰ লগে লগে কংগ্ৰেছী আজিজুল হকে খঙত অগ্নিশৰ্মা হৈ মটৰচাইকেলৰ চাবিৰে তেওঁক মূৰত আৰু মুখমণ্ডলত আঘাত কৰাৰ লগতে কংগ্ৰেছত ভোট নিদিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0