Home ৰাজ্যনগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত “আইনী সাক্ষৰতা পাঠদান” শীৰ্ষক সজাগতা সভা সম্পন্ন

নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত “আইনী সাক্ষৰতা পাঠদান” শীৰ্ষক সজাগতা সভা সম্পন্ন

by News Desk
A+A-
Reset
pr

জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয় সহযোগত আজি বিদ্যালয়ৰ সভাগৃহত দিনৰ ১ বজাত ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ সঞ্চালনাত “আইনী সাক্ষৰতা পাঠদান” শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷

নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে ন্যায় সেৱা প্ৰাধিকাৰী আইন ১৯৮৭ ৰ ব্যাখ্যা আগবঢ়োৱাৰ ওপৰি ন্যায় সেৱা প্ৰাধিকাৰীয়ে বৰ্তমান কৰি অহা বিভিন্ন সজাগতা সভা,নিজ ঘৰতে পৰিয়ালৰ দ্বাৰা নিপিৰিত,নিৰ্যাতিত,দিব্যাগং,দৰিদ্ৰ,মানসিক ভাবে সক্ষম লোক সকলৰ হৈ কৰি অহা উন্নয়ন তথা গঠন মূলক কাম-কাজ সমূহৰ ওপৰত বহুল ৰূপত ব্যাখ্যা আগবঢ়ায় ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0