64
নগাঁও টাউনঃ পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি মঙলবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত পুনৰ উজলিল নগাঁও৷ জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰপৰা মুঠ ৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিছে৷
