Home অন্যান্য খবৰজিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত সজাগতা সভা সম্পন্ন

জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত সজাগতা সভা সম্পন্ন

by News Desk
A+A-
Reset
737865dc-36c2-4efe-a406-3b3e3ffc4849

নগাঁওঃ নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ৰূপহী আৰক্ষী থানাৰ চৌহদৰ ৰূপহী থানা গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত শনিবাৰে এখন আইন সজাগতা সভা অনুষ্ঠিত কৰা হয়৷

বিয়লি ১ বজাৰপৰা অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে৷ প্ৰকৃততে জিলা ন্যায় প্ৰাধিকাৰীনো কি আৰু ইয়াৰ দ্বাৰা সাধাৰণ ৰাইজ কি দৰে উপকৃত হ’ব পাৰে এই বিষয়ে সম্পাদিকা প্ৰনিতা মৰাঙে সভাত বিস্তৃত ৰূপত ব্যাখ্যা দাঙি ধৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0