Home অন্যান্য খবৰঅৱসৰপ্ৰাপ্ত কৃতী শিক্ষকৰ মৃত্যুত শোক

অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকৰ মৃত্যুত শোক

by News Desk
90 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ কলিয়াবৰৰ মিছা পানীগাঁৱৰ নিবাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ডম্বৰুধৰ মেধিয়ে মঙলবাৰে পুৱতি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷ বাৰ্ধক্যজনিত ৰোগত ৮৩ বছৰ বয়সত মৃত্যু হয় মেধিৰ৷ 

সুদক্ষ অভিনেতা, সমাজ সংগঠক তথা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে কলিয়াবৰত৷ ডম্বৰুধৰ মেধিৰ নশ্বৰদেহ মিছা পানীগাঁৱৰ নিজ বাসগৃহলৈ অনাৰ পাছতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনি পুত্ৰ আৰু দুই জীয়ৰীক ইহসংসাৰত এৰি থৈ গৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0