67
নগাঁওঃ নগাঁও জিলা তিৱা সাহিত্য সভা (তিৱা মাথনলাই তখ্ৰা)ৰ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বেবেজীয়াৰ ভোগেশ্বৰ হাজৰীকা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হয়৷
উদুলি মুদুলি পৰিৱেশত পুৱা ৯ বজাত অধিৱেশনৰ পতাকা কৰে তিৱা মাথনলাই তখ্ৰাৰ নগাঁও জিলাৰ সভাপতি যোগেশ্বৰ বৰদলৈয়ে আৰু স্মৃতি তৰ্পণৰ শুভাৰম্ভ কৰে জিলা সমিতিৰ সম্পাদক চিত্ৰৰাম দেউৰীয়ে৷