Home ৰাজ্যশিক্ষকক অপমান, মন্ত্ৰীৰ প্ৰতিকৃতি দাহ, ক্ষমা খোজাৰ বাবে ২৪ ঘণ্টা সময় দিলে সংখ্যালঘু সংগ্ৰাম পৰিষদে

শিক্ষকক অপমান, মন্ত্ৰীৰ প্ৰতিকৃতি দাহ, ক্ষমা খোজাৰ বাবে ২৪ ঘণ্টা সময় দিলে সংখ্যালঘু সংগ্ৰাম পৰিষদে

by News Desk
82 views
A+A-
Reset

 newsnextone.com | নগাঁওঃ ঐতিহ্যমণ্ডিত নগাঁও লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ মঙলবাৰে নগাঁও জিলাৰ নেহেৰুৱালিৰ এখন সভাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে নিজৰ অঞ্চলৰ বাট পথৰ দুৰাৱস্থা সন্দৰ্ভত বক্তব্য প্ৰদান কৰি থকাৰ সময়তে হোৱাট ননচেন্স বুলি শিক্ষকগৰাকীক ধমক দিয়াত একপ্ৰকাৰ অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ 

কেৱল ননচেন্স বুলি ক্ষান্ত নাথাকি মন্ত্ৰীয়ে আসনৰ পৰা উঠি গৈ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীক আঙুলি টোৱাই কটু বাক্যৰে আক্ৰমণ কৰে৷ আঙুলি জোকাৰি অপমান কৰে শিক্ষকগৰাকীক৷ ৰাজেন গোহাঁইৰ একাংশ সাংগো-পাংগোৱে জ্যেষ্ঠ নাগৰিকগৰাকীক মঞ্চৰ পৰা টানি আজুৰি তললৈ নিবলৈ চেষ্টা কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0