70
নগাওঁঃ নগাওঁ জিলা প্ৰশাসনে জিলাখনৰ লক্ষণযুক্ত আৰু বিনা লক্ষণযুক্ত কভিড-১৯ আক্ৰান্ত ৰোগী সকলৰ স্বাস্থ্যজনিত আৰু কন্টেইনমেন্ট জ’নত থকা দৰিদ্ৰ লোকসকল, বিপদ্ৰগ্রস্ত লোকসকলৰ খাদ্য সংক্ৰান্তীয় যিকোনো সমস্যাৰ সমাধানৰ বাবে দুজন ন’ডেল বিষয়াক দায়িত্ব অৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে ।