134
নগাঁওঃ গুৰুজনাৰ পবিত্ৰ জন্মস্থান নগাঁও জিলাৰ শ্ৰীশ্ৰী বটদ্ৰৱা থানৰপৰা প্ৰায় ৫ কিল’মিটাৰ নিলগত অৱস্থিত ওপৰ ডুমডুমীয়া সত্ৰৰ ঐতিহাসিক শ্ৰীশ্ৰী বংশীবদন বংশীগোপাল কীৰ্ত্তন ঘৰ (বুঢ়া নামঘৰ)ৰ নৱ নিৰ্মিত ২য় বাৰ্ষিক মণিকুট প্ৰতিষ্ঠা দিৱসটি দুদিনীয়া কাৰ্যসূচীৰে আজিৰেপৰা বেছ ওলহ-মালহেৰে আৰম্ভ হৈছে৷
