97
বৰনদ্দীঃ বাক্সা জিলা বন সংমণ্ডলৰ অন্তৰ্গত তামুলপুৰ ৰেঞ্জৰ অধীনৰ বৰনদীৰ বুকুত একাংশ শিল বালিৰ ব্যৱসায়ীয়ে অবৈধভাৱে খনন কাৰ্য চলাই অহাত শুকুৰবাৰে স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷
ৰাইজৰ প্ৰতিবাদত সেও মানি বৰনদীৰ বুকুৰপৰা ককলন লৈ পলায়ন কৰিবলগীয়া হ’ল মহলৰ কৰ্মচাৰী৷