117
বৰনদ্দীঃ সমগ্ৰ বিশ্বতে পালন কৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ আজিৰ দিনটোতেই নলবাৰীত স্বামীয়ে পত্নীক হত্যা কৰা বিষয়টোয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত কেহৰুৱা গাঁৱত স্বামীৰ দাৰ ঘাপত পত্নীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোৰ ৰাইজক সচকিত কৰি তোলে৷