নলবাৰীঃ জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নলবাৰী জিলা কৰ্তৃপক্ষৰ উদ্যোগত বৃহস্পতিবাৰে নলবাৰীত এখন সজাগতা সভা অনুষ্ঠিত হয়৷
নলবাৰীৰ সম্প্ৰসাৰণ বিষয়া অমৰজৌতি দাসৰ পৰিচালনা অনুষ্ঠিত সজাগতা সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সমন্বয়ক ছুইটি তালুকদাৰ, নলবাৰী জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা, নাৱাৰ্ডৰ জিলা প্ৰৱন্ধক দেৱজৌতি বিশ্বাস, জিলা কৃষি বিষয়া হোমেশ্বৰ কলিতা, বিষয়া ডম্বৰুধৰ পাটোৱাৰী, জিলা পশু চিকিৎসা পালনৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ সুৰেণ শৰ্মা, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মূখ্য বিজ্ঞানী ডঃ মৃদুল ডেকা উপস্থিত থাকে৷