48
নলবাৰীঃ নলবাৰী হৰি মন্দিৰৰ ৮৫ সংখ্যক ৰাস মহোৎসৱত নলবাৰী হৰিমন্দিৰৰ সহযোগত অাৰু ‘সঁহাৰি’ৰ উদ্যোগত ৩০ টাতকৈ অধিক বাঁহৰ ডাষ্টবিন ৰাসস্থলিত প্ৰদান কৰে।
ৰাস মহোৎসৱৰ যোগেদি সমূহ অসমবাসীক সঁহাৰিয়ে বাঁহৰ ডাষ্টবিন ব্যৱহাৰ কৰাৰ কাৰণে অনুৰোধ জনাই বাৰ্তা হিচাপে প্ৰায় ১৫ ফুট ওখ বাঁহৰ ডাষ্টবিন এটা স্থাপন কৰে বুলি সঁহাৰিৰ সভাপতি প্ৰকাশ দাস আৰু সম্পাদক দীপ মেধিয়ে জানিবলৈ দিয়ে।