58
গুৱাহাটীঃ নামৰূপ মহাবিদ্যালয়ত যোৱা ৯ ফেব্ৰুৱাৰীৰপৰা ৬ দিনীয়া কাৰ্যসূচীৰে মানৱ সম্পদ মন্ত্ৰালয়ৰ অৰ্থসাহায্যৰে নামৰূপ মহাবিদ্যালয় আৰু শিক্ষণ-শিকন কেন্দ্ৰ, তেজপুৰ বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত ‘Innovation and Rejuvenation of Teaching in Higher Education’ শাৰ্ষক এক প্ৰশিক্ষণ অনুষ্ঠিত হয়৷
