Home অন্যান্য খবৰগণৰোষত পৰি পলায়ন সাংসদ আৰ পি শৰ্মাৰ

গণৰোষত পৰি পলায়ন সাংসদ আৰ পি শৰ্মাৰ

by News Desk
67 views
A+A-
Reset

নাৰায়নপুৰঃ ৰাইজৰ ক্ষোভৰ বলি হোৱাৰপৰা কথমপি ৰক্ষা পৰিল সাংসদ ৰাম প্ৰসাদ শৰ্মা। বিধ্বংসী ধুমুহাই যোৱা ২৭ এপ্ৰিলত নাৰায়ণপুৰ অঞ্চলৰ ২০ খনতকৈ অধিক গাঁৱৰ বিস্তৰ ক্ষতি সাধন কৰিছিল । তীব্ৰ বেগী ধুমুহাই নিমিষতে উৰুৱাই নিছিল গছ-গছনিৰ লগতে সহস্ৰাধিক লোকৰ ঘৰ-দুৱাৰ । ফলত শতাধিক লোক গৃহহীন হৈ পৰিছিল।

দুই এদিন মুকলি আকাশৰ তলত থকাৰ পিছত থকাৰ সুবিধাৰ বাবে বাসস্থান হিচাপে টিন, খেৰৰ চালি আদি নিৰ্মাণ কৰোতে দিন হাজিৰা কৰিলখোৱাসকলে নিজৰ কামৰপৰা বিৰত থাকিব লগা হোৱাত হাহাকাৰ কৰা পৰিস্থিতিৰ সৃষ্টি হয়। এই ক্ষেত্ৰত পৰিবৰ্তনকামী চৰকাৰখনে আজি এসপ্তাহে কোনো পদক্ষেপ হাতত নোলোৱাত ক্ষোভিত হৈ পৰিছে ক্ষতিগ্ৰস্ত সকল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0