78
মঙলদৈঃ পক্ষীকুলে এতিয়া বিপদসংকূলতাৰ মাজত জীৱন কটাইছে । লাহে লাহে বিলুপ্তিৰ পথত মৰম লগা টোকোৰা চৰাই যাৰ আন এক কথিত নাম হৈছে চোকা চৰাই। এই টোকোৰা চৰায়ে বাহ বান্ধিছে মঙলদৈৰ নিকতৱৰ্তী গেৰিমাৰী প্ৰফুল্ল নগৰত।
একাংশ লোকে নিৰাপত্তা দি ৰাখিছে সহস্ৰাধিক টোকোৰা চৰাইক। বিভিন্ন কাৰণত সাধাৰণতে খাদ্যৰ অভাৱ, ভয়াবহ প্ৰদূষণ, একাংশ মানুহৰ অত্যাচাৰৰ বাবেই ক্ৰমাত নিঃশেষ হৈছে এনেধৰণৰ বহুতো প্ৰজাতিৰ চৰাই।