50
ডিজিটেল ডেস্কঃ ফ্লাইট এটেণ্ডেণ্ট নীৰজা ভানোটৰ জীৱনৰ ওপৰত আধাৰিত সোনম কাপুৰ অভিনীত নীৰজা ছবিখন সমালোচক আৰু চিনেমাপ্ৰেমীয়ে প্ৰশংসা কৰিলেও ভানোটৰ পৰিয়ালে আপত্তি দৰ্শাইছে চিনেমাখনক লৈ।
ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা ২০১৭ৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰা ছবিখনৰ নিৰ্মাতাৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণৰ কথা বিবেচনা কৰিছে ভানোটৰ পৰিয়ালে।