Home অন্যান্য খবৰচকলাঘাটত নৱনিৰ্মিত দলঙেৰে যাতায়াতত সমস্যা ৰাইজৰ

চকলাঘাটত নৱনিৰ্মিত দলঙেৰে যাতায়াতত সমস্যা ৰাইজৰ

by News Desk
61 views
A+A-
Reset

নগাঁৱঃ বটদ্ৰৱা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ পথ হৈছে ডিমৌ-ৰাইদঙীয়া সংযোগী গড়কাপ্তানি পথটি৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ইতিহাসবিজড়িত শ্ৰীশ্ৰী বটদ্ৰৱা থানলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত অতীজৰে পৰা নামনি অসমৰ ৰাইজে সততে ব্যৱহাৰ কৰি আহিছে এই পথটি৷

উল্লেখ্য, এই পথটিৰ মাজেৰে পাৰ হৈ যোৱা সোণাই নৈৰ ওপৰত থকা আওপুৰণি কাঠ দলংখন পকী দলঙলৈ উন্নীত কৰা হয় বিগত কংগ্ৰেছ চৰকাৰৰ দিনত৷ তদানুযায়ী শামুকীয়া গতিৰে নিৰ্মাণ কাৰ্য চলাই নিয়া এই দলংখন প্ৰায় পাঁচ বছৰৰ মূৰত সম্পূৰ্ণ হোৱাত দৌল উৎসৱৰ আগে আগে ইয়াক যাতায়াতৰ বাবে মুকলি কৰি দিয়া হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0