82
গোগামুখঃ ধেমাজি জিলাৰ চুতীয়া ছাত্ৰ সন্থাৰ নতুন কমিটিখন আজি গঠন কৰা হয়। জিলাখনত থকা এক মাত্ৰ স্থায়ী সাধনী ভৱনত অনুষ্ঠিত বিশেষ প্ৰতিনিধি সভাত জিলাখনৰ সকলো আঞ্চলিক সমিতিৰ অংশগ্ৰহণত গঠন কৰা হয় নতুন সমিতিখন।
ৰঞ্জিত বৰুৱাক সভাপতি আৰু তিম চুতীয়াক সম্পাদক হিচাপে লৈ পুৰণি সমিতিখন ভংগ কৰি গঠন কৰা হয় ২৯ জনীয়া নতুন সমিতি।