63
ডিজিটেল ডেস্কঃ পশ্চিমীয়া সাজপাৰৰ লগতে আমাৰ বাবে জনপ্ৰিয় হৈ পৰিছে পশ্চিমীয়া খাদ্যভাস৷ থলুৱা খাদ্যৰ জুতি পাহৰি আমি আকোঁৱালি লৈছো পশ্চিমীয়া খাদ্য৷ ইয়াৰে যেন সুযোগ গ্ৰহণ কৰি পিজ্জা হাট ইণ্ডিয়াই ল’লে এক বৃহৎ পৰিকল্পনা৷
মুম্বাইত এখনি সংবাদ মেলত প্ৰখ্যাত য়ুম ব্ৰেণ্ডছৰ মালকালাত থকা পিজ্জা চেইন পিজ্জা হাট ইণ্ডিয়াই অহা ২০২২ চনৰ ভিতৰত ইয়াৰ মুঠ বিপণীৰ সংখ্যা বৃদ্ধি কৰিব ৭০০ খনলৈ৷