90
ডিজিটেল ডেস্কঃ স্মাৰ্ট ফোনৰ আনস্মাৰ্ট বেটাৰী মুৰৰ কামোৰণী হৈ পৰাৰ সময়তে বিশেষকৈ দুৰনিবটীয়া যাত্ৰা আৰু দিনটো ঘৰৰ বাহিৰত থাকিবলগীয়া ব্যাক্তিসকলৰ বাবে চাৰ্জ দিয়াটো এক আহুকাললৈ পৰিণত হৈছে৷
কিন্তু এই সকলো কথাক লৈ মুৰ ঘমাই থকাৰ প্ৰয়োজন এতিয়া নহ’ব। ফোন চাৰ্জ দিয়াৰ বাবে প্ৰয়োজন নহ’ব বিদ্যুতৰ। বেটাৰীয়ে নিজে নিজেই চাৰ্জ ল’ব।