96
ডিজিটেল ডেস্কঃ ভাৰতত প্ৰি অৰ্ডাৰৰ বাবে সাজু নকিয়া ৩৩১০৷ কেইদিনমানৰ ভিতৰতে ভাৰতৰ বজাৰত প্ৰবেশ কৰিব ন’কিয়া ৩৩১০৷
নষ্টালজিয়াক এক নতুন ৰূপত লৈ অহা নকিয়া ৩৩১০ য়ে সুদীৰ্ঘ ১৭ বছৰৰ মুৰত পুনৰ বজাৰলৈ লৈ আহিছে সাপখেলৰ সেই শিহৰণ।