Home ৰাজ্যকেন্দ্ৰ-ৰাজ্য চৰকাৰক ধন্যবাদ মুছলিম যুৱ পৰিষদৰ

কেন্দ্ৰ-ৰাজ্য চৰকাৰক ধন্যবাদ মুছলিম যুৱ পৰিষদৰ

by News Desk
103 views
A+A-
Reset

নাজিৰাঃ অসম চুক্তিৰ সুদীৰ্ঘ ৩১ বছৰৰ পাছত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আছুৰ সৈতে অসম চুক্তি সম্পৰ্কত ঋণাত্মক আলোচনাত বহাত সদৌ অসম মুছলিম যুৱ পৰিষদে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।

সংগঠনটোৱে আজি এক প্ৰেছ বিবৃতি যোগে এই কথা উল্লেখ কৰি কয় যে আলোচনা মৰ্মে অহা দুমাহৰ ভিতৰত অসম চুক্তিৰ ৰূপায়নৰ বাবে প্ৰয়োজনীয় কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ লোৱা সিদ্ধান্ত আদৰণীয়। অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্য্যকৰী কৰি দেখুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অসমৰ জাতীয় নায়ক মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰাৰ দায়িত্ব বহন কৰাৰ বাবেও আশা ব্যক্ত কৰে পৰিষদে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0