Home অন্যান্য খবৰজাজৰিত জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত সজাগতা সভা সম্পন্ন

জাজৰিত জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত সজাগতা সভা সম্পন্ন

by News Desk
A+A-
Reset
1685270d-630b-455a-ad83-0cba707f847c

নগাঁও: নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত জাজৰি আৰক্ষী থানাৰ চৌহদৰ জাজৰি থানা গাঁও ৰক্ষী বাহিনীৰ কাৰ্যালয়ত আজি এখনি আইন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ বিয়লি দুই বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দশ্য ব্যাখ্যা কৰে জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে ৷

সভাত অধিবক্তা ৰূপালী গোস্বামীয়ে আইনৰ মূল ধাৰণাৰ সন্দৰ্ভত উল্লেখ কৰি দেৱানী আৰু অপৰাধজনীত আইনৰ বিষয়ে আৰু অধিবক্তা জেচমিন বেগমে জিলা আইন সেৱা প্ৰাধিকাৰীনো কি আৰু ইয়াৰ দ্বাৰা ৰাইজ কিদৰে উপকৃত হ’ব পাৰে সেই সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়োৱাৰ বিপৰীতে অধিবক্তা জামাল উদ্দিন চৌধুৰীয়ে গ্ৰামাঞ্চলৰ ৰাইজৰ বাবে ৰূপায়িত এম জি এনৰেগাৰ আঁচনিখনৰ বিষয়ে উপস্থিত ৰাইজক পুংখানুপুংখকৈ বুজাই দিয়ে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0