Home অন্যান্য খবৰনিৰজ চোপ্ৰাই ভাৰতক দিলে সোণৰ পদক

নিৰজ চোপ্ৰাই ভাৰতক দিলে সোণৰ পদক

by News Desk
58 views
A+A-
Reset

ডিজিটেল ডেস্ক,০৭ আগষ্টঃ টকিঅ’ অলিম্পিকত ইতিহাস সৃষ্টি কৰি নীৰজ চোপ্ৰাই ভাৰতক দিলে প্ৰথমটো সোণৰ পদক। সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিকত নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰে। লগতে অলিম্পিকৰ ট্ৰেক এণ্ড ফিল্ডত স্বৰ্ণ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰিলে নীৰজে।

উল্লেখযোগ্য যে, ২০১৮ ৰ এছিয়ান গেমছত নীৰজে ৮৮.০৬ মিটাৰ দূৰত্ব জেভলিন থ্ৰ’ কৰি সোণৰ পদক লাভ কৰিছিল। হাৰিয়ানাৰ পানীপথ জিলাৰ খান্দাৰা গাঁৱত জন্মগ্ৰহণ কৰা নীৰজে চণ্ডীগড়ৰ ডি এ ডি কলেজত অধ্যয়ন কৰিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0