56
শিৱসাগৰঃ বিহু বিশেষজ্ঞ তথা সাংস্কৃতিক কৰ্মী নিৰ্মলা দাসক উৰিষ্যা চৰকাৰে ২৭ মে’ত বিশেষ সম্বৰ্ধনা জনায়। উৰিষ্যাৰ ধেনকানাল চহৰত অনুষ্ঠিত হোৱা সপ্তাৰ্য্য উৎসৱত সম্বৰ্ধনা জনোৱা হয়।
উৰিষ্যা চৰকাৰৰ হৈ সাংস্কৃতিক কৰ্মী গৰাকীক উৰিষ্যা চৰকাৰৰ মন্ত্ৰী নৰচিৎসা চৰণ চাহ, ড০ আম্বেদকাৰ চ’ছাইটিৰ সভাপতি কৈলাশ চন্দ্ৰ বেহেৰা, পদ্মশ্ৰী জীতেন্দ্ৰ হৰি পাল আৰু শিল্পী ড. পৰিচন্দ পাটনায়ক আদিকে ধৰি বহুকেইজন বিশিষ্ট উপস্থিতিত দাসক সম্বৰ্ধনা জনোৱা হয়।