89
♦ চাওতে চাওতে নতুন চৰকাৰখনৰ এটা বছৰ পাৰেই হ’ল। এই এটা বছৰত সমষ্টিসমূহত কি কি কাম আগবাঢ়িল? কি কি সমস্যা নোহোৱা হ’ল? নতুন কোনো সমস্যাই দেখা দিলে নেকি? আজি newsnextone.comৰ ‘সমষ্টি 1-2-6’ অনুষ্ঠানৰ অতিথি ৫৭ নং ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা। তেওঁৰ সৈতে কথা-বতৰাত ভাগ লৈছে newsnextone.comৰ ডিজিটেল কৰেছপণ্ডেণ্ট দীপাংকৰ দাসে।
দীপাংকৰ দাসঃ newsnextone.comৰ তৰফৰ পৰা ‘সমষ্টি 1-2-6’ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো।