45
মঙলদৈঃ ক’ৰবাত যদি ভগা দলঙৰ ওপৰেৰে দাংকোলাকৈ নিব লগা হৈছে ৰোগীক, ক’ৰবাত আকৌ হস্পিতালেই ডুবিছে বানপানীত।
ৰাজ্যত সৰ্বসাধাৰণৰ খেতিপথাৰৰ পৰা আৰম্ভ কৰি ভড়াললৈকে পানীত বুৰ যোৱা বান পৰিস্থিতিৰ পৰি লাখ লাখ পৰিয়াল শংকাত জীৱন যাপন কৰিবলগা হোৱাৰ মাজতে এক পুতৌলগা দৃশ্য দেখা গৈছে ছিপাঝাৰ সমষ্টিত।