Home অন্যান্য খবৰNo ST-No Rest, ডিমাকুছিত আদিবাসীৰ হুংকাৰ

No ST-No Rest, ডিমাকুছিত আদিবাসীৰ হুংকাৰ

by News Desk
87 views
A+A-
Reset

ডিমাকুছিঃ বড়োলেণ্ডৰ দাবীক লৈ বিটিএডিকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাদ-প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এইবাৰ আন্দোলনৰ বাট লোৱাৰ উপক্ৰম হৈছে আদিবাসীসকল। প্ৰতিখন চৰকাৰ তথা ৰাজনৈতিক দলে প্ৰতিবাৰে নিৰ্বাচনৰ আগে-পিছে কণা হাঁহক পতান দিয়াৰ লেখীয়াকৈ আদিবাসীসকলক প্ৰতাৰণা কৰি অহাৰ অভিযোগতে আজি ডিমাকুছিত প্ৰতিবাদী কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰি তোলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই।

আদিবাসী জনগোষ্ঠীক সদায় শোষণ নীতি চলাই অহাৰ অভিযোগ উত্থাপন কৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই আজি আদিবাসীৰ জনজাতিকৰণৰ দাবীত ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে। আদিবাসীৰ সমস্যাৰ প্ৰতি চৰকাৰৰ সদিচ্ছা নথকাৰ কথা দোহাৰি স্বাধীনতাৰ ৭০ বছৰ পিছতো আদিবাসী জনগোষ্ঠীক একাংশ ৰাজনৈতিক দলে ভোটাৰ বেংক হিচাপে গণ্য কৰি আহিছে বুলি মন্তব্য কৰে সন্থাৰ সভাপতি প্ৰদীপ নাগৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0