70
লখিমপুৰঃ ৰঙালী বিহুৰ প্ৰাকক্ষণত লখিমপুৰত শুকুৰবাৰে বিহু সুৰক্ষা সমিতিৰ সংবাদমেল আয়োজিত কৰা হয়৷ নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত সংবাদমেল অনুষ্ঠিত কৰি বিহুৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ সকলো বিহু সমিতিক সমিতিৰ তৰফৰপৰা আহ্বান জনোৱা হয়৷
লগতে বিহুৰ আয়োজকে অনুস্থানৰ আটাইকেইদিন জাতীয় সাজপাৰ পৰিধান কৰা আৰু ৰাইজৰ বৰঙণিৰে উৎযাপন কৰা আমন্ত্ৰিত শিল্পৰ লগতে স্থানীয় শিল্পীকো সুবিধা দিয়া হ’ব৷