76
ডিজিটেল ডেস্কঃ মন গ’লেই অকলেই উৰি ফুৰিব আপুনি৷ মানুহৰ উৰি ফুৰাৰ সপোন দিঠক হ’ব কেইদিনমানতেই৷ হয়, চিলিকন ভেলীৰ এক প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছে এনে এক উৰি ফুৰা আহিলা৷
“কিটি হাক” নামৰ প্ৰতিষ্ঠানটোৱে কেইদিনমানৰ পিছতেই বজাৰত মুকলি কৰিব এনে এক বিশেষ বাক্তিগত ফ্লাইং মেছিন৷ তদুপৰি প্ৰতিষ্ঠানটোৱে গুগলৰ সহ সংস্থাপক লৈৰী পেজৰো সমৰ্থন লাভ কৰিছে৷