93
ডিমাকুছিঃ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত ব্যাপক হাৰত বৃদ্ধি পাইছে বাল্যবিবাহৰ দৰে অসামাজিক ঘটনা। ইয়াকে লৈ উদ্বিগ্ন হৈ পৰিছে সমাজ সংস্কাৰকামী বিভিন্ন স্বেচ্ছাসেৱী সংস্থা আৰু সচেতন মহল।
শেহতীয়াকৈ জিলাখনৰ ডিমাকুছি থানাৰ অন্তৰ্গত ওপৰ নালাপাৰা অঞ্চলত সম্পন্ন হোৱা এখন বাল্যবিবাহে সচেতন মহলৰ চকু কপালত তুলিছে। ইয়াকে লৈ অঞ্চলটোত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।