65
নগাঁওঃ নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত থকা লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত খাৰুৱা তেলৰ ভাণ্ডাৰ থকাৰ সম্ভেদ পাইছে ইণ্ডিয়ান অইল ক’ৰ্পৰেশ্যনে।
সেয়ে দুলিয়াজানৰ অইল ইণ্ডিয়াৰ এটি অনুসন্ধানকাৰী দল খাৰুৱা তেলৰ ভাণ্ডাৰৰ সন্ধানত উপস্থিত হৈছে অভয়াৰণ্যখনত।