Home অন্যান্য খবৰউদক ভেটাৰখীয়া, বাংলাদেশীৰ ত্ৰাণকৰ্তাক বিজেপিৰ বৰপীৰা

উদক ভেটাৰখীয়া, বাংলাদেশীৰ ত্ৰাণকৰ্তাক বিজেপিৰ বৰপীৰা

by News Desk
69 views
A+A-
Reset

মৰিগাঁওঃ খিলঞ্জীয়াৰ জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান দি ক্ষমতালৈ অহা বিজেপিৰ মৰিগাঁও জিলা সমিতিয়ে আজি বাংলাদেশীৰ ৰক্ষক বুলি সৰ্বত্ৰে জনাজাত হবিবুৰ ৰহমান ছিদ্দিকীক বৰমালা পিন্ধোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

উল্লেখ্য যে জিলাখনৰ নগাবন্ধা পঞ্চায়তৰ সভাপতি পদৰ বাবে হোৱা উপ-নিৰ্বাচনত দলটোবে জয়লাভ কৰাৰ বাবে দলটোৰ জিলা কাৰ্যালয়ত হোৱা বিজয় উত্সৱত হঠাতে বিতৰ্কিত ছিদ্দিকী উপস্থিত হয়৷ উপ-নিৰ্বাচনত দলটোক গোপনে সহায় কৰে বুলি অভিযোগ উঠা ছিদ্দিকীক একাংশ দলীয় কৰ্মীয়ে মালা পিন্ধাই আদৰণি জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0