Home ৰাজ্যনগাঁৱত চলিছে নিচাজাতীয় দ্ৰব্যৰ ব্যাপক প্ৰচলন, পুৱাই অভিযানত জালত পৰিল দুজন

নগাঁৱত চলিছে নিচাজাতীয় দ্ৰব্যৰ ব্যাপক প্ৰচলন, পুৱাই অভিযানত জালত পৰিল দুজন

by News Desk
93 views
A+A-
Reset

newsnextone.com | নগাঁওঃ নগাঁও জিলাত নিচাজাতীয় দ্ৰব্যৰ ব্যাপক প্ৰচলন আৰু ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে নগাঁও আৰক্ষীৰ অভিযানত জালত পৰিল এগৰাকী ড্ৰাগছ ব্যৱসায়ী। নগাঁৱৰ মাজপাথৰিত আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় টিংকা আলী নামৰ ব্যৱসায়ীজনক। 

অভিযান কালত আৰক্ষীয়ে জব্দ কৰা এখন ইণ্ডিকা বাহন আৰু আৰু এখন স্কুটীৰ পৰা ২৬ কাৰ্টন নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বিশেষ খবৰৰ ভিত্তিত নগাঁৱৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযান টিংকা আলীৰ সহযোগী এজনকোঁ আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0