51
মঙলদৈঃ মঙলদৈ আৰক্ষীৰ অভিযানত চুৰি বলেৰ সহ জালত পৰিল চোৰ। জাকিৰ হুছেইন নামৰ চোৰটোৰ ঘৰ বঙাইগাঁও জিলাৰ নাম্বাৰ পাৰাত বুলি জানিব পৰা গৈছে।
এক গোপন সূত্ৰৰ পম খেদি মঙলদৈ আৰক্ষীয়ে AS-17-B-8458 নম্বৰৰ বলেৰ পিক আপ ভান খন বগৰীবাৰীৰ পৰা কাজিৰঙা অভিমুখে গৈ থকা অৱস্থাত মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুহিত ৰাভাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে জব্দ কৰে।