113
নতুন দিল্লী/গুৱাহাটীঃ কৰ’নাক ৰুধিবলৈ দেশৰ কেবাখনো ৰাজ্যই ঘোষণা কৰিছে লকডাউন। চীনৰ পিছত ইটালীত ইতিমধ্যে ভয়াৱহ ৰূপ ধাৰণ কৰিছে এই ভাইৰাছবিধে। কৰ’নাৰ ফলত ইটালীৰ দৰে উন্নত দেশৰ চিকিৎসালয়ত দেখা গৈছে হাহাকাৰ পৰিস্থিতি। এনে পৰিপ্ৰেক্ষিতত ভাৰতত কৰ’নাই ভয়াৱহ গণসংক্ৰমণৰ ৰূপ ল’লে কেনে অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হ’ব সেয়া সহজেই অনুমেয়।
ভাৰতত ভেণ্টিলেটৰ কিমান আছে?