6
ইছলামাবাদঃ জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পাছত পাকিস্তান খড়ৰ্গহস্ত হৈ ভাৰতৰ সৈতে সকলোধৰণৰ ব্যৱসায়িক সম্পৰ্ক ছেদ কৰে৷ কিন্তু এতিয়া বিপদত পৰিছে পাকিস্তান ৷ সলাবলগীয়া হৈছে সিদ্ধান্ত৷